Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ…
বিগবজাৰ, ৰুদ্ৰাক্ষ মলত প্ৰশাসনৰ অভিযান
গুৱাহাটীত কোভিড প্ৰ’টকল সন্দৰ্ভত বিভিন্ন স্থানত জিলা প্ৰশাসনৰ অভিযান।বিগবজাৰ, ৰুদ্ৰাক্ষ মলত প্ৰশাসনে চলাইছে এই অভিযান।মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান প্ৰশাসনৰ।অভিযানৰ সময়ত দুয়োপালি ভেকচিনৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰিছে প্ৰশাসনৰ লোকে।নতুন SOP প্ৰকাশৰ পাছতে তৎপৰ হৈছে মহানগৰ প্ৰশাসন।SOP ভংগ কৰিলে শ্বপিং মলৰ মালিকে ভৰিব লাগিব ২৫,০০০ টকা জৰিমনা।