skip to Main Content

বিজেপিত যোগদান

এন.এন ব্যুৰো, ১৮ মাৰ্চঃ অসম ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আজি এক যোগদান অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত কংগ্ৰেছ আৰু চুতিয়া ছাত্ৰ সন্থাৰ ভালেকেইগৰাকী সদস্যই বিজেপিত যোগদান কৰে। অনুষ্ঠানত বিজেপি নেতা প্ৰদীপ ঠাকুৰীয়া, পুলক গোহাঁই, ৰূপম গোস্বামী আদি উপস্থিত থাকে।

Back To Top