skip to Main Content

বিটিচি নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ৷


বিটিচি নিৰ্বাচনৰ বাবে সৰ্ব্বোচ্চ ন্যায়ালয়ৰ নিৰ্বাচন আয়োগক নিৰ্দেশ৷২০নৱেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচনৰ বাবে অধিসূচনা জাৰী কৰাৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে নিৰ্বাচন আয়োগক৷উল্লেখ্য যে কৰোনা মহামাৰীৰ বাবে বিটিচি নিৰ্বাচন অনুস্থিত হোৱাত বিলম্ব হৈছিল৷

Back To Top