Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ হুংকাৰ৷
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ এইবাৰ বিজেপি চৰকাৰ আৰু মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰিলে৷বিটিচিত তেৱেঁই মুখ্য কাৰ্যবাহী সদস্য আৰু এইবাৰো তেওঁ সেই আসন দখল কৰিব৷তেওঁৰ বাহিৰে আন কোনোৱে বিটিচিৰ আসন দখল কৰিব নোৱাৰে৷বিজেপি দল আৰু মন্ত্ৰী হিমন্তই যিমানেই চিঞৰি নাথাকক কিয় হাগ্ৰামাৰ মতে তেওঁৰ পৰা কোনেও বিটিচি কাঢ়ি নিব নোৱাৰে৷