skip to Main Content

বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে।


হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ প্ৰথমবাৰৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ মাথাত মাধমাৰ। বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বাতৰি কাকতৰ যোগেদি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৩০ ইউনিট বিদ্যুত ফ্ৰী দিম বুলি কোৱা চৰকাৰৰ জনসাধাৰণৰ ওপৰত মাধমাৰ । বিদ্যুৰ শুল্কৰ নিৰিখ বৃদ্ধিৰ বাবে নিয়ামক আয়োগক আৰ্জি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বৰ্ধিত শুল্কৰ ৰাজ্যৰ জনতাই কৰিব লাগিব বহন।

Back To Top