skip to Main Content

বিধানসভালৈ নতুন মুখ ৪৬জনৰ ।


অসম বিধানসভালৈ ৪৬জন নতুন মুখৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে । প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা বিধায়কৰ সংখ্যা BJPৰ সৰ্বাধিক । BJPৰ নিৰ্বাচিত ৬০জন বিধায়কৰ ভিতৰত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত বিধায়কৰ সংখ্যা হৈছে ১৮জন । আনহাতে কংগ্ৰেছৰ নবীন বিধায়কৰ সংখ্যা হ’ল ১১জন । তাৰ বিপৰীতে AIUDFৰ ৭জন, AGPৰ ২জন, UPPLৰ ৬জন, CPI(M)ৰ এজন RDৰ ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে এজন ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top