skip to Main Content

বিধানসভা নিৰ্বাচনলৈ সাজু ৰাজ্যিক বিজেপি৷

আগন্তুক বিধানসভা নিৰ্বাচনত ১০০+ সমষ্টি দখলৰ লক্ষ্যৰে এলানি বৃহৎ কাৰ্যসুচী গ্ৰহন কৰিছে ৰাজ্যিক বিজেপিয়ে ৷ সেই লক্ষ্যৰে সমগ্ৰ দেশতে ইতিহাস সৃষ্টি কৰি অহা নৱেম্বৰ মাহত ৰাজ্যত গেৰুৱা দলটোৱে অনুস্হিত কৰিব ৩৭,২০০খন সভা৷২৮০০০ বুথ সমিতি,৬০০০শক্তি কেন্দ্ৰ,৩৯৯টা মণ্ডলক লৈ অনুস্হিত কৰিব সভা৷মুঠৰ ওপৰত আগন্তুক নিৰ্বাচনৰ বাবে এতিয়া ৰাজ্যিক বিজেপিয়ে টঙালি বান্ধিছে৷

Back To Top