Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
বিপিএফ সাংসদ বিশ্বজিত দৈমাৰীয়ে যোগ দিব বিজেপিত৷
এইবাৰ বিজেপি দলত যোগদান কৰিব সংসদত সদায় অসমৰ হৈ বলিষ্ঠ ভুমিকা পালন কৰি অহা বিপিএফ দলৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী৷এই কথা আমাৰ নহয় ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ৷তেওঁ সোমবাৰে সাংবাদিকৰ আগত সদম্ভে উল্লেখ কৰিলে যে অতিশীঘ্ৰে সাংসদ দৈমাৰীয়ে বিজেপি দলত যোগদান কৰিব৷অৱশ্যে সকলো সময়তহে স্পষ্ট হৈ পৰিব৷