Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
বিবাহ বিচ্ছেদৰ নতুন নীতি
উচ্চতম ন্যায়ালয়ৰ ৰায় মতে বিবাহ বিচ্ছেদৰ আবেদন জনোৱাৰ দিনাৰে পৰা পত্নী সন্তানৰ খৰছ বহন কৰিব লাগিব স্বামীয়ে। পূৰ্বতে খৰচৰ নিৰ্দিষ্ট সময়সীমা ধাৰ্য্য কৰা নাছিল ন্যায়ালয়ে। তেনেস্হলত মহিলাসকলে বিত্তীয় সমস্যাৰ সন্মুখীন হ’ব লগা হয়। সেয়েহে এতিয়াৰে পৰা বিবাহ বিচ্ছেদৰ আবেদন জনোৱাৰ দিনাৰে পৰা স্বামীয়ে বহন কৰিব লাগিব সম্পূৰ্ণ খৰচ।