skip to Main Content

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ ২৪খন ভুৱা বিশ্ববিদ্যালয়ৰ নাম ঘোষণা কৰে

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ ২৪খন ভুৱা বিশ্ববিদ্যালয়ৰ নাম ঘোষণা কৰে । ভুৱা বিশ্ববিদ্যালয়ৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে উত্তৰ প্ৰদেশ আৰু দিল্লী । এই দুই স্থানত মুঠ ১৪খন ভুৱা বিশ্ববিদ্যালয় আছে ।

উৰিষ্যা আৰু পশ্চিম বংগত মুঠ চাৰিখন ভুৱা বিশ্ববিদ্যালয় । কৰ্ণাটক , মহাৰাষ্ট্ৰ, পণ্ডিচেৰী, মহাৰাষ্ট্ৰত মুঠ চাৰিখন ভুৱা বিশ্ববিদ্যালয় আছে বুলি বিশ্ববিদ্যালয় অনুদান আয়োগে উল্লেখ কৰে । উল্লেখ্য যে ভুৱা বুলি বিশ্ববিদ্যালয় অনুদান আয়োগে ঘোষণা কৰাৰ পিছত এই বিশ্ববিদ্যালয় সমূহে প্ৰদান কৰা ডিগ্ৰী সমূহ মূল্যহীন হৈ পৰিব ।

Back To Top