skip to Main Content

বিশ্বৰ শ্ৰেষ্ঠ ২% বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ব বিদ্যালয়

আমেৰিকাৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে চলোৱা বিশ্বৰ ২% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্হান পাইছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৭ গৰাকী অধ্যাপক তথা গৱেষকে। তেওঁলোক হ’ল-প্ৰফেছৰ অশোক কুমাৰ , প্ৰফেছৰ পাৰ্থ প্ৰতিম সাহু, প্ৰফেছৰ নিৰঞ্জন কৰক, প্ৰফেছৰ অশ্বিশ কুমাৰ মুখাৰ্জী, প্ৰফেছৰ আৰ এছ চিৰোহী, প্ৰফেছৰ সৌমেন্দু ভট্টাচাৰ্য্য , প্ৰফেছৰ বি এম চৌদাৰী ।

Back To Top