skip to Main Content

বিশ্বৰ শ্ৰেষ্ঠ ২% বিজ্ঞানীৰ তালিকাত গুৱাহাটী IIT ৰ ২২ গৰাকী অধ্যাপক গৱেষক


আমেৰিকাৰ ষ্টেনফ’ৰ্ড ইউনিভাৰ্চিটিয়ে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে বিশ্বৰ শ্ৰেষ্ঠ ২% বিজ্ঞানীৰ তালিকাৰ ২২ জন হৈছে গুৱাহাটী আই আই টিৰ। ২% ভিতৰত বিশ্বৰ বিভিন্ন স্হানৰ বিজ্ঞানী তথা গৱেষকৰ সংখ্যা হৈছে ১,০০,০০০। গুৱাহাটী আই আই টিৰ সঞ্চালক টি জি চিতাৰমণৰ নামো সন্নিবিষ্ট হৈছে উক্ত তালিকাত ।

Back To Top