skip to Main Content

বিহাৰৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহনত ৪৩শতাংশৰ ভোটদান৷

বিহাৰৰ বিধানসভা নিৰ্বাচনত শনিবাৰে অনুস্থিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহনত ৪বজালৈ পোৱা খৱৰ অনুসৰি ৪৩ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে৷উল্লেখ্য যে উত্তৰ বিহাৰৰ ১৫খন জিলাক সামৰি ৭৮টা সমষ্টিৰ বাবে শনিবাৰে তৃতীয় পৰ্যায়ৰ ভোটদান অনুস্থিত হৈছিল৷ইতিমধ্যে বিহাৰ দখলৰ বাবে শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছেও ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে৷

Back To Top