skip to Main Content

বিহাৰৰ মুখ্য মন্ত্ৰী ৰূপে পুনৰ শপত গ্ৰহণ নীতিশ কুমাৰৰ


বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে সোমবাৰে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে। বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ । সপ্তম বাৰৰ বাবে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে।

Back To Top