আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
বিহাৰ নিৰ্বাচনটো ফ্লপশ্ব’ কংগ্ৰেছৰ৷
ধাৰাবাহিকভাৱে বিহাৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ পুনৰ ফ্লপশ্ব’৷মহাজোটবন্ধনত চামিল হৈও উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম নহল কংগ্ৰেছ দলে৷বিহাৰৰ ৭০খন আসনত প্ৰতিদ্বন্দ্বীতা কৰি মাত্ৰ ১৯ খন আসনতে জয়লাভ কৰে কংগ্ৰেছে৷নিৰ্বাচনৰ পুৰ্বে বিহাৰত দলটোৱে ৭০খন আসনতে জয়লাভ কৰিব বুলি দম্ভালি মাৰিছিল বিহাৰৰ জনতাই কংগ্ৰেছৰ বিৰুদ্ধেহে ৰায়দান দিয়া দেখা গল৷