
মঙলবাৰে পুৱাৰে পৰা বিহাৰৰ ৩৮ খন জিলাৰ ৫৫ টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। বিজেপি প্ৰাৰ্থী মুৰাৰী মোহন ঝাৰ লগতে প্ৰমোদ কুমাৰ সিনহা জয়ী হৈছে। কংগ্ৰেছে EVM টেম্পাৰিং কৰাৰ অভিযোগ উত্থাপন কৰিছে। মঙলবাৰে নিশাৰ ভাগলৈ ভোটগণনা শেষ হোৱাৰ আশা প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে।