skip to Main Content

বিহু নাচ, অৰুণাচলৰ লোক নৃত্যৰ কৰ্মশালা

এন.এন ব্যুৰো ২ মাৰ্চঃ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত কৰা হয় এক সংবাদ মেলৰ । প্ৰতি বছৰৰ দৰে এই বছৰো নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বৰলুইত কলা কৃষ্টি বিকাশ কেন্দ্ৰ , জি . এল . পি . ছচিয়েল চাৰ্কল আৰু ব্যতিক্ৰমী মাচজেৰ সহযোগত ২৮ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ আয়োজন কৰা হৈছে বিহুনাচ আৰু অৰুণাচল প্ৰদেশৰ লোকনৃত্য ৰ কৰ্মশালা । প্ৰশিক্ষক হিচাপে থাকিব জীনা ৰাজকুমৰী , বিহু সম্ৰাজ্ঞী ড্ৰিমলী গগৈ আৰু দেৱজিৎ ৰাজবংশী ।

Back To Top