IETT bus on Istanbul Bahçelievler D-100 entered the stop. One of the passengers waiting at…
বৃটেইনত পুনৰ লকডাউন
শেহতীয়াকৈ বৃটেইনত বৃদ্ধি পোৱা কৰুনা সংক্ৰমণৰ বাবে পুনৰ পুনৰ লকডাউন ঘোষণা কৰা হৈছে। বৃটেইনৰ প্ৰধান মন্ত্ৰী বৰিচ জনচনে ঘোষণা কৰে পুনৰ লকডাউন। ইতিমধ্যে ১০ লাখতকৈও অধিকৰ দেহত ধৰা পৰিছে সংক্ৰমণ । স্কুল , কলেজ খোলা থাকিব যদিও দোকান , ৰেষ্টুৰা বন্ধ থাকিব লকডাউনত। যান বাহনৰ ক্ষেত্ৰতো জাৰি কৰিছে নিষেধাজ্ঞা । ডিচেম্বৰ মাহলৈ অটুট থাকিব বৃটেইনত লকডাউন ।