India's railway ministry has recommended that the country's top detective agency should investigate the deadly…
বৃদ্ধি পাৱ পিয়াজৰ মূল্য৷
আকৌ অত্যবশ্যকীয় পিয়াজৰ মুল্যই জ্বলা কলা খুৱাব সাধাৰন জনতাক৷দিপাৱলীৰ সময়ত পিয়াজৰ মুল্যই শতকৰ ঘৰ পাৰ কৰিব ৷কিয়নো আন্তৰাষ্ট্ৰীয় বজাৰত ইতিমধ্যে পিয়াজৰ ৰপ্তানি কমি যোৱাৰ ফলতে দিপাৱলীৰ সময়ত ইয়াৰ মুল্য অধিক বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে৷ইয়াৰ আগতেও পিয়াজৰ মুল্যই শতকৰ ঘৰ স্পৰ্শ কৰিছিল৷দুঠৰ ওপৰত সাধাৰণ জনতাই এতিয়া খাদ্য সামগ্ৰীক লৈ ত্ৰাহি মধুসুদন দেখিছে৷