ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ May 3, 2022 News Network Arts and Culture, Assam, Festival, Guwahati আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ’ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে বিধায়ক গৰাকীয়ে।যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ।তেখেতৰ বাসগৃহত উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱটো। Share This Tweet Share Share Email News Network Related Posts পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান।বন্তি প্ৰজলন তথা পতাকা উত্তোলনেৰে… আজি গুৱাহাটী প্ৰেছ ক্লাৱত এটা মিউজিক এলবাম মুকলি কৰা হয় আজি গুৱাহাটী প্ৰেছ ক্লাৱত এটা মিউজিক এলবাম মুকলি কৰা হয়।উক্ত এলবামটোৰ নাম হৈছে মাটি।ইয়াত কণ্ঠদান… দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত আজি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত।সংবাদমেল সম্বোধন কৰে ধৰ্মকান্ত…
পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান।বন্তি প্ৰজলন তথা পতাকা উত্তোলনেৰে…
আজি গুৱাহাটী প্ৰেছ ক্লাৱত এটা মিউজিক এলবাম মুকলি কৰা হয় আজি গুৱাহাটী প্ৰেছ ক্লাৱত এটা মিউজিক এলবাম মুকলি কৰা হয়।উক্ত এলবামটোৰ নাম হৈছে মাটি।ইয়াত কণ্ঠদান…
দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত আজি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত।সংবাদমেল সম্বোধন কৰে ধৰ্মকান্ত…