At least two persons lost their lives and 5 others were seriously injured in a…
ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমবাৰৰ বাবে ৯০মিটাৰ দৈৰ্ঘৰ মালবাহী জাহাজ
ব্ৰহ্মপুত্ৰত পোন প্ৰথমবাৰৰ বাবে আহি পাইছে ৯০মিটাৰ দৈৰ্ঘৰ মালবাহী জাহাজ।পশ্চিমবংগৰ হালদিয়াৰ পৰা আহি গুৱাহাটীৰ পাণ্ডু পালেহি মালবাহী জাহাজখন।জাহাজখনে কঢ়িয়াই আনিছে ২০০০ মেট্ৰিক টন ষ্ট্ৰীল।আন্ত্যন্তৰীণ জল পৰিবহন বিভাগে আদৰণি জনাই।১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল জাহাজখনে।ফ্লেগ অফ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।