skip to Main Content

ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন ।


ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত সম্পন্ন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক । বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়কসকলক অভিনন্দন জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বৈঠকত মিত্ৰজোঁটৰ বহু বিধায়ক উপস্থিত থাকে । মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে বৈঠকত মিলিত হয় । বৈঠকত অসম গণ পৰিষদৰ বিধায়কসকলো উপস্থিত থাকে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top