skip to Main Content

ভাই টিকা উসৱৰ বাবে ৰাজ্যিক বন্ধ ঘোষণা চৰকাৰৰ৷


গোৰ্খা সম্প্ৰদায়ৰ পৱিত্ৰ উৎসৱ ভাই টিকাৰ বাবে ৰাজ্য চৰকাৰে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷শুক্ৰবাৰে বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে৷

Back To Top