skip to Main Content

ভাৰতত নতুন ভাইৰাছত আক্ৰান্ত ২৯


ব্ৰিটেইনত চিনাক্ত হোৱা নতুন ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ভাৰততো হোৱাৰ আশংকা কৰা হৈছে। স্বাস্হ্য মন্ত্ৰালয়ে কয় যে নতুনকৈ পুনৰ চাৰিজনৰ দেহত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে তিনিজন বাংগালুৰুৰ আৰু এজন হায়দৰাবাদৰ।

Back To Top