Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ভাৰতীয় সেনাৰ হাতত বন্দী চীনা সেনা
লাডাখত ভাৰত চীন উত্তেজনাৰ মাজতে সীমান্তত ভাৰতীয় সেনাই বন্দী কৰে এজন চীনা সেনাক ৷
এই তথ্য সদৰী কৰিছে ANIয়ে ৷
ANI ৰ দিয়া তথ্য অনুসৰি চীনা সেনাজন ভূলঃবশত ভাৰত সীমান্তত প্ৰবেশ কৰিছিল।
এক বিশেষ সূত্ৰৰ মতে সকলো জৰুৰীকালীন বৈঠক কৰাৰ পাছতহে চীনা সেনাজনক পুনৰ ঘুৰাই পঠোৱা হ’ব ।
লগতে চীনৰ সেনা জনৰ লগত দেশখনৰ পীপুল্স লিবাৰেশ্যন আৰ্মীৰ বহু নথি উদ্ধাৰ কৰা হৈছে।