Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ভাৰতৰ শক্তিৰ পৰিচয়
কৰুণাৰ ভয়াবহতাৰ মাজতো ভাৰতে দাঙি ধৰিছে নিজৰ শক্তি । বিনিয়োগৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে বিশ্বস্ত শক্তি হিচাবে নিজকে দাঙি ধৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ আগশাৰীৰ উদ্যোগপতি সকলক ভাৰতত বিনিয়োগৰ বাবে আহ্বান জনাইছে। ভাৰতত উপযুক্ত প্ৰতিস্হান বা বিনিয়োগৰ সু ব্যৱস্হাৰ অভাৱ নাই বুলি প্ৰধান মন্ত্ৰী মোদীয়ে উল্লেখ কৰে।