skip to Main Content

ভাৰত চীনৰ উত্তেজনা হ্ৰাসৰ বাবে ক’ৰ কামাণ্ডৰ বৈঠক


যোৱা ৬ নৱেম্বৰত ভাৰত আৰু চীনৰ সেনাৰ ক’ৰ কামাণ্ডৰ পৰ্যায়ৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তেজনা হ্ৰাসৰ বাবে সিদ্ধান্ত লোৱা হয়। সিদ্ধান্ত অনুসৰি পাংগং সংলগ্ন অঞ্চলত মুখামুখি অৱস্হানৰ পৰা সেনা প্ৰত্যাহাৰ কৰি সেনাৰ সংখ্যা হ্ৰাস কৰা হ’ব। পূব লাডাখত পৰিস্হিতি নিয়ন্ত্ৰণ কৰিবলৈ দুয়োখন দেশ এই ঐক্যমতত উপনীত হৈছে। অহা সপ্তাহৰ ভিতৰতে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব।

Back To Top