The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
ভূমিকম্প
পুনৰ গুৱাহাটীকে ধৰি ইয়াৰ সীমান্তৱৰ্তী অঞ্চলত অনুভূত হ’ল ভূমিকম্পৰ জোকাৰণি।
প্ৰাপ্ত তথ্য মতে ভূমিকম্পৰ অতিকেন্দ্ৰ মেঘালয়ৰ নংটইনৰ পৰা ২২ কি.মি. নিলগত।
৪.৪ মেগনিটিউডৰ এই ভূমিকম্প নিশা ১ বাজি ১৩ মিনিটত অনুভূত হৈছিল।
ভূমিকম্পৰ উৎপত্তিস্থল ভূ পৃষ্ঠৰ ১০ কি.মি. গভীৰত বুলি জানিব পৰা গৈছে।
ভূমিকম্পত এই পৰ্যন্ত কোনো ক্ষয় ক্ষতিৰ সম্ভেদ পোৱা নাই।