The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
ভূৱা বিবাহৰ বাবে চৰকাৰৰ পদক্ষেপ
বিত্ত মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভুৱা বিবাহৰ বাবে চৰকাৰে অহা বছৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। বহুতো মুছলমান ল’ৰাই হিন্দু নামত ফেচবুক একাউন্ট খুলি মন্দিৰৰ সৈতে ফটো আপলোড কৰে। বহুতো ছোৱালীয়ে এনে ল’ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বিবাহ বিচ্ছেদ কৰে যেতিয়া জ্ঞাত হয় যে ল’ৰাজন একে ধৰ্মৰ নহয়। এয়া মিছাত প্ৰতিস্থিত এক বিবাহ। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে আগন্তুক দিনত আইন প্ৰণয়নৰ সিন্ধান্ত গ্ৰহণ কৰিব। তেওঁ কয় যে আগন্তুক দিনত যাতে ছোৱালীসকল এনে পৰিস্হিত সন্মুখীন হ’ব লগা নহয় তাৰ বাবে চৰকাৰে যথপৰোনাস্তি চেষ্টা কৰিব।