Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
মন চাতকৰ কন্ঠ
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সুৰ বাহিনীৰ সহযোগত আয়োজন কৰা হৈছে জয়ন্ত হাজৰিকা সোৱাৰণী সন্ধিয়া মন চাতকৰ কণ্ঠ। সৰ্বাত্মক বন্ধৰ বাবে জয়ন্ত হাজৰিকাৰ ৪৩ তম্ সোৱৰণী দিৱস অহা ১৬ অক্টোবৰ তাৰিখে ৰবীন্দ্ৰ ভৱনত সন্ধিয়া ৬ বজাত উদযাপন কৰা হ’ব। অসমৰ কেইবাজনো যশস্ৰী শিল্পীৰ গীত মাতেৰে মুখৰিত হ’ব উক্ত সন্ধ্যা।