Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
মহানগৰীত প্ৰফেছাৰ বিশ্বজিত পাটনায়ক
এন.এন ব্যুৰো, ১১ মাৰ্চঃ আজি গুৱাহাটী মহানগৰস্থিত মহালক্ষ্মী হোটেলত উৰিষ্যাৰ এ.এচ.বি.এম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰফেছাৰ বিশ্বজিত পাটনায়কে এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত তেওঁ বিশ্ববিদ্যালখনে বাণিজ্যিক ক্ষেত্ৰত গুণগত মানৰ শিক্ষা প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালখনৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই নিযুক্তি পোৱা বুলি উল্লেখ কৰে। ইয়াৰ লগতে উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীসকলে এই বিশ্ববিদ্যালখনত বিশেষ ফল দেখুৱাবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে প্ৰফেছাৰ গৰাকীয়ে।