skip to Main Content

মহানগৰীত স্বচ্ছ ভাৰত অভিযান এতিয়াও ধোৱা চাঙত ।

মহানগৰীত স্বচ্ছ ভাৰত অভিযান উঠিল ধোৱা চাঙত । গুৱাহাটী মহানগৰীৰ শিলপুখপৰীত এতিয়া দুৰ্গন্ধময় তথা অস্বাস্থ্যকৰ পৰিৱেশ । শিলপুখুৰীৰ বাছ আস্থানৰ ওচৰত থকা ডাষ্টবিনৰ বাবে যন্ত্ৰণাত ভূগিছে জনসাধাৰণ । পথচাৰীসকলৰ লগতে বাছত অহা লোকেও নাক-মুখ কচাই অতিক্ৰম কৰিছে পথছোৱা । এই ক্ষেত্ৰত পৌৰ নিগম হৈ আছে নিৰৱ । কেতিয়ালৈ জনসাধাৰণে এইদৰে যন্ত্ৰণা ভুগিব সেইটো হৈ পৰিছে ডাঙৰ প্ৰশ্ন ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top