মহানগৰীৰ ছয় মাইলত GMC ৰ উচ্ছেদ অভিযান May 11, 2022 News Network Assam, Guwahati 0 Comments মহানগৰীৰ ছয় মাইলত GMC য়ে চলাইছে উচ্ছেদ অভিযান।বিশাল আৰক্ষী বাহিনীৰ উপস্হিতিত চলাইছে এই উচ্ছেদ অভিযান।ছয় মাইলৰ উৰণীয়া সেঁতুৰ তলত চলাইছে এক উচ্ছেদ অভিযান।সৰু-বৰ সকলো দোকান ভাঙি পেলাইছে পৌৰ নিগমে।জেচিবিৰে চলিছে উচ্ছেদ অভিযান। Share This Tweet Share Share Email News Network Related Posts চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা… আজি গুৱাহাটী মহানগৰীত নাপাব পেট্ৰল-ডিজেল আজি গুৱাহাটী মহানগৰী তথা ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত বন্ধ ৰখা হৈছে পেট্ৰল পাম্প সমূহ।পেট্ৰলৰ বাবে… অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।বিৰুবাৰী তিনিআলিস্হিত অসম বধিৰ সন্হাৰ উদ্যোগত… This Post Has 0 Comments Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Name * Email * Website Comment Δ
চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা…
আজি গুৱাহাটী মহানগৰীত নাপাব পেট্ৰল-ডিজেল আজি গুৱাহাটী মহানগৰী তথা ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত বন্ধ ৰখা হৈছে পেট্ৰল পাম্প সমূহ।পেট্ৰলৰ বাবে…
অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।বিৰুবাৰী তিনিআলিস্হিত অসম বধিৰ সন্হাৰ উদ্যোগত…
This Post Has 0 Comments