skip to Main Content

মহানগৰীৰ বিজয়নগৰত উদ্ধাৰ এটি মৃতদেহ

  • Assam


মহানগৰীৰ বিজয়নগৰত উদ্ধাৰ হৈছে এটি মৃতদেহ। ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে মৃতদেহটো। ইতিমধ্যে চিনাক্ত হৈছে মৃতদেহটো। মৃতদেহটো বৰা গাঁৱৰ হিমাংশু দাস নামৰ যুৱকজনৰ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোক আহি বৰ্তমান উপস্থিত হৈছে মৃতদেহৰ কাষত। অবশ্যে মৃত্যুৰ কোনো কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলিত আৰক্ষী উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে।

Back To Top