skip to Main Content

মহানগৰীৰ সোনাইঘুলিত চাঞ্চল্যকৰ ঘটনা ।

মহানগৰীৰ সোনাইঘুলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। চিপলৈ থকাৰ অৱস্থাত সোনাইঘুলি মিছিং নামঘৰৰ সমীপৰ হাবিৰ মাজত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ।স্থানীয় লোকৰ মতে কোনো দুৰ্বৃত্তই নিশা ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ। নিশাৰ ভাগত সংঘটিত হৈছিল এই ঘটনা। দীৰ্ঘদিনৰ পৰা এই স্থানত অসমাজিক কাৰ্য্যকলাপ সংঘটিত হৈ আহিছিল বুলি জানিব পৰা গৈছে। পূৰ্বে কোনো দিনে এই স্থানত মহিলা গৰাকীক প্ৰত্যক্ষ কৰা নাই বুলিও স্থানীয় লোকে মন্তব্য কৰে।

Back To Top