skip to Main Content

মহানগৰীৰ GMCHৰ পৰা চিঠি লিখি ৰাইজলৈ কৃতজ্ঞতা অখিল গগৈৰ ।


নিৰ্বাচনত জয়ী হোৱাৰ পিছতে কাৰাগাৰৰ পৰা অখিল গগৈৰ পত্ৰ । পত্ৰত অখিল গগৈয়ে উল্লেখ কৰে যে নতুন চৰকাৰে প্ৰথমতে ক’ভিড ভেকচিন প্ৰতিগৰাকী নাগৰিকক বিনামূলীয়াকৈ প্ৰদান কৰক । অসমৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ক’ভিড ভেকচিন নোপোৱালৈকে মই দাবী জনায় যাম । বিধানসভাত অসমৰ মুখপাত্ৰৰ দৰে মই কাম কৰিম । শিৱসাগৰক লৈ মোৰ অলেখ সপোন আছে । ২মে’ৰ জয় এক আৰম্ভণিহে বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top