skip to Main Content

মাধ্যমিক-উচ্চ মাধ্যমিক পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ।


মাধ্যমিক-উচ্চ মাধ্যমিক পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ১৫ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব মাধ্যমিক-উচ্চ মাধ্যমিক পৰীক্ষা। আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, মন্ত্ৰী ইউ জি ব্ৰহ্ম ৰ উপস্থিতত এই ঘোষণা। অৱশ্যে, ১ জুলাই লৈ পজিটিভিটীৰ ৰেট ২লৈ হ্ৰাস নাপালে পৰীক্ষা বাতিল হ’ব ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top