
যশস্ৰী সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ শণিবাৰে ওপজা দিনটো বিভিন্ন স্হানত উদযাপন কৰা হয়। ১৯৮২ চনত সাহিত্য অকাডেমী বঁটাৰে বিভূষিত এই গৰাকী মহীয়সী নাৰীক অনন্ত কাললৈ প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোৱৰিব। দতাল হাতীৰ উয়ে খোৱা হাওদা, চেনাবৰ সোত আদি প্ৰসিদ্ধ গ্ৰন্থৰে তেওঁ সদায় বিৰাজমান।