The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
মিঞা সংগ্ৰহালয় এক গভীৰ ষড়যন্ত্ৰ আখ্যা ৰঞ্জিৎ দাসৰ
মিঞা সংগ্ৰহালয় স্থাপনৰ বিৰুদ্ধে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে কয় যে শ্বেৰমান আলীয়ে যদি নিজৰ ধৰ্ম ত্যাগ কৰি একশৰণ হৰি নামধৰ্মৰ প্ৰবক্তা হৈ যদি শিষ্যত্ব গ্ৰহণ কৰে তেন্তে তেওঁৰ দাবীৰ যুক্তি-যুক্ততা আছিল ইয়াত কিবা ষড়যন্ত্ৰ আছে বুলি অনুমান হৈছে।
তেওঁ চান্দসাইৰ নামত কিবা ক’লেও মানি লোৱা হ’ল হয় যিহেতু চান্দসাই মুছলমান সম্প্ৰদায়ৰ লোক আছিল। যিসকলে এই কথা কৈছে তেওঁলোকে একশৰণ হৰিনামৰ শিষ্যত্ব গ্ৰহণ কৰি এই কথা কয় তেতিয়াহে এই কথাখিনিৰ প্ৰাসংগিকতা থাকিব।