skip to Main Content

মিঞা সকলক বাদ দি অসমীয়া জাতি অসম্ভৱঃ মিঞা পৰিষদ

  • Assam

এন.এন ব্যুৰো,২৬ ফ্ৰেব্ৰুৱাৰীঃ মিঞা সকলক বাদ দি অসমীয়া জাতি সুৰক্ষিতনে ? এই প্ৰশ্ন মিঞা পৰিষদৰ। ৮০ লাখ মিঞা জনগণক প্ৰতাৰণা কৰিছে মমিনুল আৱালে। মমিনুল আৱালে সংখ্যালঘু ৰাইজৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে বুলি কথোৰ সমালোচনা কৰে অসম মিঞা পৰিষদে।

Back To Top