The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
মুকলি হ’ল গণেশগুৰিৰ উৰণীয়া সেতু।
মহাষষ্ঠীৰ দিনাই মহানগৰবাসীলৈ সুখবৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানিক ভাবে মুকলি কৰিলে নৱ নিৰ্মিত গনেগুৰি উৰণীয়া সেতু খন। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণৰ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন, আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দুৰ্যোগ প্ৰশমন আৰু ৰাজহ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মোহন। নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৪২৫.৫০ মিটাৰ। এই উৰণীয়া সেতুখন ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় কৰি নিৰ্মান কৰে।