skip to Main Content

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সৰ্বানন্দ সোণোৱালৰ ২.৫০ লাখ টকাৰ বৰঙণি।


ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনৰ অংশস্বৰূপে টিকাকৰণ অভিযানক অধিক শক্তিশালী কৰি তুলিবলৈ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২.৫০ লাখ টকাৰ বৰঙণি আগবঢ়ায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হাতত উক্ত চেকখন অৰ্পণ কৰে সোণোৱালে।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top