skip to Main Content

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা , মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল!


মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা , মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল।TOI ৰ লগতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল যে ‘মুছলিম জনসংখ্যা হ্ৰাস পাইছে’। নেচনেল ফেমিলি health ছাৰ্ভে ৰ তথ্যৰ আধৰাত প্ৰকাশ পোৱা এই বাতৰি সম্পূৰ্ণ ভুল। লোকপিয়ল তথ্য মতে: 1991 চনৰ পৰা 2001 চনলৈ হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ 14.9% বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 29.3%। 2001 ৰ পৰা 2011 চনৰ সময়ছোৱাত হিন্দু জনসংখ্যা বৃদ্ধি পাইছে 10.9% বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধি হৈছে 29.6 % । এই দহ বছৰত হিন্দুত কৈ মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ তিনি গুণ বেছি। জনসংখ্যা আইনৰ বিষয়ে চিন্তা কৰা হৈছে।আজমলকে ধৰি অন্য কিছুমানে পূব বঙ্গীয় মুছলমান মানুহৰ ভোটেৰে চৰকাৰ গঠন কৰিব বিচাৰে। এতিয়াও বদৰুদ্দিন আজমলে পানী ফুক মাৰি দিলে হাজাৰ হাজাৰ মানুহ গুচি যায়।পূৰ্ব বংগৰ পৰা অহা মুছলমান লোক সকলে জনসংখ্যা বিস্ফোৰণ ঘটাইছে। বটদ্ৰবা বৰক্ষেত্ৰী এইবোৰ সমষ্টিত এনে কাৰণতে বিজেপি হাৰিছে। এখন কঠোৰ জনসংখ্যা আইনৰ পৃষ্ঠপোষকতা আমি কৰিছো।সংখ্যালঘু উন্নয়নৰ আঁচনি ৰ সুবিধা অধিকাংশই লাভ কৰে সন্দেহযুক্ত লোক সকলে। যি ধৰণে মুছলিম জনসংখ্যা বৃদ্ধি পাইছে 2037,38 ছনলৈ হিন্দু সংখ্যা লঘু হব।গুৰুজনাৰ স্থান বৰপেটাত এতিয়া মুঠ জনসংখ্যাৰ 70% মুছলিম।ভবাণিপুৰ সমষ্টিও গুচি গল বিজেপি ৰ হাতৰ পৰা।

Back To Top