skip to Main Content

মুখ্যমন্ত্ৰী সোনোৱালে ক্ৰয় কৰিলে মাটিৰ চাকি৷


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুক্ৰবাৰে গুৱাহাটীৰ কামাখ্যা গেটত দিপাৱলী উপলক্ষে ক্ৰয় কৰিলে মাটিৰ চাকি৷ইফালে দীপান্বিতাৰ সময়ত থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰি মৃৎশিল্পীক উৎসাহ যোগোৱাৰ বাবেও ৰাজ্যখনৰ সকলো জনসাধাৰণকে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

Back To Top