The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
মেট্ৰিক পৰীক্ষাৰ দিন পিছলৈ
এই বছৰৰ মেট্ৰিক আৰু মাদ্ৰাছা পৰীক্ষা পলমকৈ অনুষ্ঠিত কৰিবলৈ ধাৰ্য্য কৰা হৈছে। চেবাৰ মতে কভিডৰ ফলত সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্হিতিৰ বাবে পৰীক্ষা পলমকৈ অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাত পাঠ্যক্ৰমৰ কিছু অংশহে সামৰি লোৱা হৈছে। পৰীক্ষা পলমকৈ অনুষ্ঠিত হ’লেও আন বছৰৰ দৰে ফলাফল সময়মতে ঘোষণা কৰা হ’ব। ক’ভিডৰ ফলত সৃষ্ট পৰিস্হিতিৰ বাবে সৃষ্ট পৰিস্হিতিৰ বাবে ২ নৱেম্বৰৰ পৰা স্কুল খোলাৰো সিন্ধান্ত গ্ৰহণ কৰা হৈছে।