skip to Main Content

যাদৱ পায়েঙলৈ ‘কমনৱেলথ পইন্টছ অৱ লাইট এৱাৰ্ড’

এন.এন ব্যুৰো ৩ মাৰ্চঃ পৰিৱেশ কৰ্মী যাদৱ পায়েঙক ১২৮ সংখ্যক ‘কমনৱেলথ পইন্টছ অৱ লাইট’ বঁটা প্ৰদান কৰা হব। অৰণ্য মানৱ পায়েঙক দ্বিতীয় ৰাণী এলিজাবেথৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হব। আগন্তক ১১ মাৰ্চ তাৰিখে যাদৱ পায়েঙক সন্মানিত কৰা হব এই বিশেষ বঁটাৰে। শেহতীয়াকৈ ব্ৰিটিছ উচ্চায়ুক্তই এই কথা সদৰী কৰে।

Back To Top