A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
লংকাত চোৰৰ লংকাকাণ্ড

এন.এন ব্যুৰো,২৩ ফ্ৰেব্ৰুৱাৰীঃ লংকাৰ পূব ভালুকমাৰীত এছ.বি.আই এ.টি.এম ত চোৰৰ চুৰি অভিযান। এ.টি.এম লুটিবলৈ আহি চোৰে অগ্নিসংযোগ কৰিলে এ.টি.এমৰ লগতে চি.চি টিভি কেমেৰাত। প্ৰায় এক সপ্তাহ ধৰি উক্ত এ.টি.এম টো বিকল হৈ আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। বৰ্তমান ঘটনাস্থলীত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।