skip to Main Content

শচীন তেণ্ডুলকাৰৰ অসমৰ হাস্পতাললৈ চিকিসা সামগ্ৰী


অসমৰ কৰিমগঞ্জৰ মাকুন্দা হাস্পতাললৈ শচীন তেণ্ডুলকাৰে প্ৰদান কৰিলে চিকিৎসা সামগ্ৰী । ইয়াৰ দ্বাৰা ২০০০ দুখীয়া পৰিয়ালৰ শিশু উপকৃত হ’ব। মাকুন্দা হাস্পতালৰ চিকিৎসক বিজয় আনন্দ ইছমাইলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

Back To Top