Assam Rifles will enhance vigilance along the 510-km stretch of the India-Myanmar border in Mizoram…
শতকৰ গৰকিবলৈ আগবাঢ়িছে পিঁয়াজে
চেঞ্চুৰী হোৱাৰ দিশে গতি কৰিছে পিঁয়াজৰ দাম৷পিঁয়াজৰ আকাশলংঘী দামে জুৰুলা কৰিছে ৰাজ্যবাসীক৷বৰ্তমান প্ৰতিকিলো পিয়াঁজৰ দাম ৮০ টকালৈ বৃদ্ধি পাইছে৷
পিঁয়াজৰ মূল্যবৃদ্ধিৰ সুবিধা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে গ্ৰাহকৰ পৰা সংগ্ৰহ অধিক মূল্য কৰিছে৷উল্লেখযোগ্য যে, অস্বাভাৱিক হাৰত পিঁয়াজৰ দাম বৃদ্ধি হোৱাৰ পিছত মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান মন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷