skip to Main Content

শনিবাৰে ভূমিকম্প


ৰিখটাৰ স্কেল মতে ৫.২ প্ৰাবল্যৰ এটা ভূমিকম্পই শণিবাৰে জোকাৰি যায়। ভাৰত ম্যনমাৰ সীমান্তৰ ওচৰৰ মিজোৰামত এই ভূমিকম্পৰ উৎপত্তিস্হল বুলি জানিব পৰিা গৈছে। গুৱাহাটীতো ইয়াৰ মৃদ্যু জোকাৰণি অনুভৱ হয়।

Back To Top